জনসংখ্যাৰ বিস্ফোৰণ | Population Explosion
মানুহৰ মৃত্যুৰ হাৰ বহু পৰিমাণে কম হোৱা সত্ত্বেও যদি জন্মৰ হাৰ কম নহয় তেন্তে জনসংখ্যাৰ বৃদ্ধি দ্ৰুততৰ হয়। এনে পৰিস্থিতিত জনসংখ্যা বৃদ্ধিক জনসংখ্যাৰ বিস্ফোৰণ বোলে। উদাহৰণ স্বৰূপে ভাৰতবৰ্ষত ১৯৫১ চনৰ পিছত উন্নত মানৰ চিকিৎসা সেৱাৰ বাবে মৃত্যুৰ হাৰ কমিব ধৰিলে যদিও জন্মৰ হাৰ সেই অনুপাতে কম নোহোৱাত বছৰি জনসংখ্যা বৃদ্ধিৰ হাৰ দ্ৰুততৰ হ’ল। গতিকে ভাৰতবৰ্ষত … Read more