চুটি গল্পৰ উপাদান
উপন্যাস আৰু চুটিগল্পৰ বিষয়বস্তু আৰু উপাদান একেই যদিও উভয়তে কিন্তু এই উপাদানবোৰৰ প্ৰয়োগ ভিন্ন প্ৰকৃতিৰ। উপন্যাসিকে যিবোৰ উপাদানৰ বহুল প্ৰয়োগ কৰে, গল্প লেখকে সেই একেবোৰ সংক্ষিপ্ত ৰূপত প্ৰয়োগ কৰে। উপন্যাসৰ দৰে চুটিগল্পৰ বিশিষ্ট উপাদানকেইটা হ’ল—বিষয়বস্তু বা কাহিনী, চৰিত্ৰ, কথোপকথন, ঐক্য আৰু পৰিৱেশ সৃষ্টি ইত্যাদি। মানুহৰ জীৱনৰ লগত ঘনিষ্ঠ সম্বন্ধ থকা ৰীতি-নীতি, সমাজ, ধৰ্ম, জীৱনৰ সুখ-দুখৰ … Read more