অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ | Easy Assamese to English translation
মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল, আমি বিদ্যালয়ত বা দৈনন্দিন সময়ত লাগি থকা কিছুমান ইংৰাজী ভাষা যাক পৰীক্ষাত বা কবলৈ অতিকৈ অসুবিধা পাওঁ। যাৰ ভাৱে আপোনালোকলৈ কেইবাটাও অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ(Easy Assamese to English translation) কৰি দিছো- কিতাপ খন টেবুলৰ ওপৰত আছে – The book is on the table. তুমি সাতুৰিব জানানে – Do … Read more