উপন্যাস আৰু চুটিগল্পৰ পাৰ্থক্য
উপন্যাস আৰু চুটিগল্পৰ উপাদান একে হ’লেও আৰু বাস্তৱ জগতৰ বস্তুকেই দুটোবিধ সাহিত্যত ৰূপায়ণ কৰা হ’লেও দুয়োবিধ সাহিত্যৰ মাজত পাৰ্থক্য দেখা যায়। উপন্যাস আৰু চুটিগল্প দুয়োবিধতে ঘটনাৰ নিৰ্বাচন, চৰিত্ৰ অংকনৰ পদ্ধতি আৰু লিখাৰ কৌশল বেলেগ বেলেগ। উপন্যাস আৰু চুটিগল্প আৰু চুটিগল্প এটা দীঘলকৈ লিখিলেই উপন্যাস নহয়। উপন্যাস আৰু চুটিগল্প এই দুয়োবিধ সাহিত্যতেই লেখকৰ উদ্দেশ্যও বেলেগ, দৃষ্টিভংগীও … Read more