চুনু মুনু | Sunu Munu lyrics

প্ৰথমে প্ৰণামোআই সৰস্বতীদ্বিতীয় প্ৰণামোহৰিএ তৃতীয় প্ৰণামোতোৰে ঘৰৰ পদূলিতবিয়া হৱমোলে তইযদি মোপ মন ফুলনিৰ বাগিচাৰক’না, ক’না,হবি নে মোৰ মালিতাতোকে ভাৱি লিখা কবিতাজাননে, জাননে,জাৰৰে ঐ বিচনাতমোৰ যৌৱনৰে জিলাতেএটি সৰু ঘৰ খেৰ পথাৰেসাজিমে মইতোৰে লগতেএ দেহী, পাহাৰ বগাই বগাইতেনীমাইকপৌফুল নানোগৈঅ’ চেনীমাইখোপাতে দিবলৈ বুলিএ দেহীভৈয়ামতে যে পায়কত’ নাহৰ তগৰঅ’ চেনীমাইলাগিলে তাকে দিম আনি এ জাননেঐ বদনঐ এপেগতে মজা, দুপেগতে … Read more

পানী সংৰক্ষণৰ গুৰুত্ব | পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি, প্ৰয়োজনীয়তা আৰু ব্যৱস্থা

পানী জীৱনৰ আধাৰ। পৃথিৱীৰ প্ৰায় ৭০% পানীৰে ভৰা হলেও, ব্যৱহাৰযোগ্য বিশুদ্ধ পানীৰ পৰিমাণ অতি সীমিত। সেয়েহে পানী সংৰক্ষণ অতি প্ৰয়োজনীয়।আজিকালি মানুহে অযথা পানী নষ্ট কৰিছে। ফলস্বৰূপে বহু ঠাইত খোৱা পানীৰ অভাৱ দেখা গৈছে। কৃষি, উদ্যোগ আৰু দৈনন্দিন জীৱন সকলোতে পানীৰ প্ৰয়োজন। বৰষুণৰ পানী সংৰক্ষণ, গছ ৰোপণ, পানীৰ অপব্যয় বন্ধ কৰা — এইবোৰে পানী সংকট কমাব … Read more

পানী কেনেকৈ বীজাণুমুক্ত কৰিব পাৰি

বিশুদ্ধ পানী সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। কিন্তু বহু সময়ত আমাৰ ব্যৱহাৰ কৰা পানীত ক্ষতিকাৰক বীজাণু, বেক্টেৰিয়া, ভাইৰাছ আৰু পৰজীৱী থাকিব পাৰে, যাৰ ফলত ডাইৰিয়া, টাইফয়েড, কলেৰা আদি ৰোগ হ’ব পাৰে। সেয়েহে পানী ব্যৱহাৰৰ আগতে বীজাণুমুক্ত কৰা অতি দৰকাৰী। পানী কেনেকৈ ঘৰুৱাভাৱে বীজাণুমুক্ত কৰিব পাৰি সেই বিষয়ে তলত ঘৰত সহজে কৰিব পৰা কিছুমান প্ৰধান পদ্ধতি উল্লেখ … Read more

পানী কেনেকৈ পুনৰ ব্যৱহাৰ কৰিব পাৰি

পানীয়ে প্ৰাণীৰ প্ৰাণ বা পানী জীৱনৰ মূল আধাৰ। কিন্তু বৰ্তমান সময়ত পানীৰ অপচয় আৰু সংকট দিনক দিনে বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধি, নগৰীকৰণ, উদ্যোগিক ব্যৱহাৰ আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত বিশুদ্ধ পানীৰ অভাৱ এটা গুৰুত্বপূৰ্ণ সমস্যাত পৰিণত হৈছে। এনে অৱস্থাত পানী সংৰক্ষণ আৰু পুনৰ ব্যৱহাৰ কৰাটো আমাৰ সকলোৰে দায়িত্ব। এই আৰ্টিকেলটোত আমি জানিম — পানী কেনেকৈ সহজে … Read more

NCERT Non-Teaching Recruitment 2026 (173 Post) Apply in Assamese

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে এনচিইআৰটি(NCERT), নতুন দিল্লীৰ আৰু দেশৰ বিভিন্ন স্থানত অৱস্থিত ইয়াৰ গঠনমূলক ইউনিটসমূহত প্ৰত্যক্ষ নিযুক্তিৰ অধীনত ১৭৩টা অশিক্ষক(Non Teaching) পদত নিযুক্তি বাবে অনলাইন আবেদন বিচৰা হৈছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন আবেদন কৰিব পাৰিব ৷ আবেদনৰ শেষ তাৰিখ ১৬/০১/২০২৬ গ্ৰুপ এ পোষ্ট গ্ৰুপ বি পোষ্ট গ্ৰুপ চি পোষ্ট এনচিইআৰটি নিযুক্তিৰ … Read more

Assam Police kenekoi apply korim

অসম আৰক্ষী(Assam Police)ৰ সকলো নিয়োগ(Constable, SI, Driver, Safai Karmachari & Other Posts) অনলাইনৰূপে হয়। কোনো অফলাইন/ কাগজী ফৰ্ম যোগেদি নকৰে। ২০৫-২০২৬ চনৰ Assam Police ত কিদৰে আবেদন(Apply) কৰিব, আপোনাক সহজভাৱে তলত উল্লেখ কৰিলো। আপুনি নিজে মোৱাইলত বা কম্পিউটাৰত কৰিব পাৰিব। কোনো দোকান বা অনলাইন সেৱাত নোযোৱাকৈ নিজৰ ঘৰত বহিয়ে কৰিব পাৰিব। Assam Police Apply Step … Read more

গৰু বিহুৰ শুভেচ্ছা

ৰঙালী বা ব’হাগ বিহু উদযাপনৰ লগতে গৰু বিহুও তাৰ পূৰ্বদিনৰ পৰা পালন কৰা হয়। গৰু বিহু উপলক্ষে বন্ধু-বান্ধৱী তথা আপোনজনলৈ আপুনিও নিশ্চয় শুভেচ্ছা জনাব বিচাৰে। আপোনসকলক শুভেচ্ছা জনাবলৈ আপোনাৰ সুবিধাৰ্থে তলত কিছুমান শুভেচ্ছা বাৰ্তা উল্লেখ কৰা হৈছে। গৰু বিহুৰ শুভেচ্ছা গৰু বিহুৰ লগতে ৰঙালীৰ শুভকামনা। এই বিহু সমাজৰ প্ৰতিজন লোকৰ বাবেই হৈ পৰক আনন্দৰ উৎস। … Read more

ৰঙালী বিহু ৰঙালী বিহুৰ শুভেচ্ছা

সমগ্ৰ অসমবাসীয়ে হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ এতিয়া সাজু হৈছে। অসমৰ প্ৰতিটো জাতি-জনগো্ষ্টীয়ে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে উলহ-মালহেৰে উদযাপন কৰে হেঁপাহৰ ৰঙালী বা ব’হাগ বিহু তথা অসমীয়াৰ নৱব্ৰষ। এইখনতে আপুনিও আপোনজনক তথা বুন্ধু-বান্ধৱীক নিশ্চয় বিহুৰ শুভেচ্ছা জনায়। আপোনাৰ আপোনসকলক বিহুৰ শুভেচ্ছা জনাবলৈ সুবিধা হোৱাকে তলত কেবাটাও বাৰ্তা দাঙি ধৰিবলৈ চেষ্টা কৰিলো। ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা আপোনালোক সকলোলৈকে হেঁপাহৰ … Read more

বনভোজ মানে কি

বনভোজ(Picnic) বা বালিভাত হ’ল বহু মানুহ এক গোট হৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত গৈ আনন্দ উৎসৱ, খেলাধূলা আৰু একেলগে খোৱা লোৱা কৰা অনুষ্ঠান। পিকনিক শব্দৰ উৎপত্তি ফৰাচী ভাষাৰপৰা আহিছে picque-nique, কিন্তু পিনকনিকৰ শব্দটো বিভিন্নজনৰ মত বেলেগ, বিভিন্ন অভিধান বেলেগ আছে। মানুহে বাহিৰত ভ্ৰমণ কৰি খাদ্য গ্ৰহণ কৰে, বিশেষভাৱে প্ৰাকৃতিক পৰিৱেশ দৃশ্য উপভোগ কৰা, যেনে- উদ্যান, হ্ৰদৰ … Read more

Bosti Jabole Time Lyrics

Bosti jabole time lyrics in english Bosti Jabole time ahisheAro Christmas bhi osor hoishePocket khali ase hoilebiBosti jabole bishi mon aseHarami sathi khan koiBosti joldi ahibiPocket khali hoilebiSathi khan osor deh thakileMoi eku nalage I kiulong along pü thsüchoh müyamrüboNyimung khülang mahne lang ahAtsükhüh nü pincho langNüsa yo pocket money ju used tüthsüyeIki she alang … Read more